চাংসাৰিত APSC ৰ পৰা অসমীষা ভাষা বহিস্কাৰকলৈ অসম জাতীয় পৰিষদৰ প্ৰতিবাদ।

Share This Post

চাংসাৰিত APSC ৰ পৰা অসমীষা ভাষা বহিস্কাৰকলৈ অসম জাতীয় পৰিষদৰ প্ৰতিবাদ।

ৰাজ্য চৰকাৰৰ কেবিনেটে বুধবাৰে অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষাক বহিস্কাৰ কৰাৰ পাছতে জাঙোৰ খাই উঠিছে অসম জাতীয় পৰিষদ তথা ভাতৃ সংগঠন জাতীয় যুৱ শক্তি।আজি চাংসাৰিত মুখ্য আহ্বায়ক কংকন নাথৰ নেতৃত্বত অসম চৰকাৰ হায় হায়,অসমীয়া ভাষাক এলাগী কৰা সহ্য কৰা নহ’ব আফি শ্লোগানেৰে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে।

কমলপুৰৰ পৰা দেৱজিত ডেকাৰ প্ৰতিবেদন।