চাৰিং ৰাস মহোৎসৱত গছপুলি ৰোপন। 

Share This Post

চাৰিং ৰাস মহোৎসৱত গছপুলি ৰোপন। 
শিৱসাগৰ জিলাৰ ইতিহাস বিজড়িত সোণালী জয়ন্তী অতিক্ৰম কৰা চাৰিঙৰ ৰাস মহোৎসৱত শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই গছপুলি ৰোপন কৰে।

যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় প্ৰতিষ্ঠিত ব্যৱসায়ীজনে ইতিমধ্যে শিৱসাগৰ জিলাৰ বিভিন্ন অনুষ্ঠান তথা ব্যক্তিক আৰ্থিক অনুদান প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

আমগুৰি পৰা ৰেৱত দত্ত ৰিৰ্পট ৷

Leave a Reply

Your email address will not be published. Required fields are marked *