টীয়কত প্ৰেছ দিৱসৰ আয়োজন

Share This Post

টীয়কত প্ৰেছ দিৱসৰ আয়োজন

টীয়ক,১৫ নৱেম্বৰ:::অন্যান্য স্থানৰ লগতে কাইলৈ টীয়কতো টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে । এই উপলক্ষত ছাত্র-ছাত্ৰী সকলৰ মাজত বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা উপৰি দুপৰীয়া টীয়ক প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ শিক্ষক ভৱনত এক সভাৰ আয়োজন কৰা হৈছে । বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হব লগা এই সভাত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে ।
—-

Leave a Reply

Your email address will not be published. Required fields are marked *