মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাংসাৰিত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ।

Share This Post

সমগ্ৰ ৰাজ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাময় হৈ থকাৰ সময়তে চাংসাৰিত আজি অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয়।দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত চাংসাৰি নিবাসী যুৱক কংকণ নাথৰ নেতৃত্বত ৫০ জনীয়া এটি যুৱকৰ দলে আনুষ্ঠানিকভাবে যোগদান কৰে।উল্লেখ্য যে লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত তুলাধুনা দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক।আওঁ‌পকীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰি লুৰিণজ্যোতিয়ে কয় যে যিটো সময়ত ভয় দেখুৱাই সকলোকে আতংকিত কৰি ৰাখিছে সেই সময়ত এইদৰে মুখ্যমন্তীৰ নিজ সমষ্টিত ওলাই অহা প্ৰতিগৰাকী যুৱকৰ সাহসক চেল্যুট।উন্নয়নৰ ঢাক-ঢোল বজোৱা মুখ্যমন্ত্ৰীয়ে নিজ সমষ্টিকে উন্নয়নমুক্ত কৰিব পৰা নাই বুলি লুৰিণজ্যোতিয়ে উল্লেখ্বকৰে।

কমলপুৰৰ পৰা দেৱজিত ডেকাৰ প্ৰতিবেদন ।